Blog

21 Lessons

অধ্যায় ০২ : অৰ্থনীতি | বিটকইন একবিংশতি (21 Lessons)

টকা গছত নালাগে । লাগে বুলি ভবাজন মূৰ্খ, আৰু সেয়ে আমাৰ অভিভাৱকে সদায় এই কথাটো মন্ত্ৰ মাতাদি আওৰাই থাকিছিল, যাতে আমি কথাটো গম পাওঁ । ধনৰ প্ৰয়োগ বুদ্ধিমত্তাৰে কৰিবলৈ, অনৰ্থক ধন খৰছ নকৰিবলৈ আৰু বেয়া সময়ত সহায়ক হোৱাকৈ ভাল সময়ত ধন সঞ্চয় কৰিবলৈ আমাক উৎসাহিত কৰা হয় ।...

পাঠ ০৮ : বিত্তীয় অজ্ঞতা | বিটকইন একবিংশতি (21 Lessons)

প্ৰথম দৃষ্টিত কম্পিউটাৰ নেটৱৰ্ক - এটা সম্পুৰ্ন কাৰিকৰী ব্যৱস্থা যেন লগা এই বিটকইন নেটৱৰ্কটোৰ বিষয়ে বুজিবলৈ প্ৰয়োজন হোৱা বিত্তীয়জ্ঞান, অৰ্থনীতি আৰু মনোবিজ্ঞানৰ পৰিমানটো আছিল মোৰ বাবে আটাইতকৈ আশ্বৰ্যকৰ কথাবোৰৰ অন্যতম ।...

পাঠ ০৯ : মুদ্ৰাস্ফীতি | বিটকইন একবিংশতি (21 Lessons)

মুদ্ৰাস্ফীতি কি আৰু বিটকইনৰ দৰে এটা মুদ্ৰাস্ফীতিহীন ব্যৱস্থাই আমাৰ কাৰ্যপ্ৰণালীক কেনেদৰে সলনি কৰিব পাৰে, সেয়া বুজিবলৈ কৰা প্ৰচেষ্টাই আছিল মোৰ অৰ্থনীতৰ প্ৰতি উদ্যোগৰ আদি বিন্দু । মই জানিছিলোঁ যে নতুন মুদ্ৰা সৃষ্টিৰ হাৰেই আছিল মুদ্ৰাস্ফীতি, কিন্তু তাৰ বাহিৰে আৰু মই খুব বেছি একো জনা নাছিলো ।...

পাঠ ১০ : মূল্য | বিটকইন একবিংশতি (21 Lessons)

মূল্য হৈছে কিছু পৰিমানে এক দুমুখীয়া ধাৰণা, আৰু এনেকুৱা অনেক তত্ত্ব আছে যি কিছুমান বস্তুক আমি আন বস্তুতকৈ কিয় অধিক মূল্য দিওঁ সেয়া ব্যাখ্যা কৰাৰো প্ৰয়াস কৰিছে । হাজাৰ বছৰ ধৰি মানুহে মূল্যৰ এই স্ব-বিৰোধীতাৰ বিষয়ে জ্ঞাত হৈ আহিছে ।...

পাঠ ১১ : মুদ্ৰা বা ধন | বিটকইন একবিংশতি (21 Lessons)

ধননো কি ? সদায় আমি ইয়াৰ ব্যৱহাৰ কৰো, তথাপি আশ্চৰ্যজনকভাৱে এই প্ৰশ্নটোৰ সহজে উত্তৰ দিব নোৱাৰো । ইয়াৰ ওপৰতে আমি সৰু-বৰ ভিন্ন প্ৰকাৰে নিৰ্ভৰশীল, আৰু যদি আমাৰ হাতত ইয়াৰ পৰিমাণ কমি যায় তেন্তে আমাৰ জীৱন যাপনেই খুব জটিল হৈ পৰে ।...

Turn on JavaScript to use this.